২০২৩-২৪ শিক্ষাবৰ্ষৰ বাবে কুঁহি (ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল)ত অংকুৰ শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ নামভৰ্তি চলি আছে।ইচ্ছুক ব্যক্তিসকলে বিদ্যালয়ৰ কায্যলয়ৰ পৰা প্ৰ-পত্ৰ সংগ্ৰহ কৰি অহা মাৰ্চৰ পৰা ৩১ মাৰ্চৰ ভিতৰত আবেদন কৰিব পাৰে। ইয়াৰ উপৰি বিদ্যালয়ৰ ৱেবছাইডৰ পৰা আবেদন কৰিব পাৰে ।
আমাৰ সুবিধাসমূহঃ