কুঁহি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ২০২৩-২৪ শিক্ষা বৰ্ষৰ পাঠদানসমূহ অহা ইং ০২-০৪-২০২৩ তাৰিখ দেওঁবাৰৰ পৰা ৰাতিপুৱা ৯:০০ বজাত আৰম্ভ হ'ব। গতিকে নিৰ্দিষ্ট সময়ত ছাত্ৰ-ছাত্ৰীসকল বিদালয়ত উপস্থিত থকাটো বাধ্যতামূলক।
আদেশানুক্ৰমে অধ্যক্ষা।