• Follow Us
  • Call Us7002016529 (সঞ্চালক) 848609396 (অধ্যক্ষা)
  • Login

২০২৩-২৪ শিক্ষা বৰ্ষৰ পাঠদানসমূহ অহা ইং ০২-০৪-২০২৩ তাৰিখৰ পৰা আৰম্ভ হ'ব

কুঁহি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ২০২৩-২৪ শিক্ষা বৰ্ষৰ পাঠদানসমূহ অহা ইং ০২-০৪-২০২৩ তাৰিখ দেওঁবাৰৰ পৰা ৰাতিপুৱা ৯:০০ বজাত আৰম্ভ হ'ব। গতিকে নিৰ্দিষ্ট সময়ত ছাত্ৰ-ছাত্ৰীসকল বিদালয়ত উপস্থিত থকাটো বাধ্যতামূলক।

আদেশানুক্ৰমে
অধ্যক্ষা।