• Follow Us
  • Call Us7002016529 (সঞ্চালক) 848609396 (অধ্যক্ষা)
  • Login

২০২৩-২৪ শিক্ষাবৰ্ষৰ বাবে কুঁহি (ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল)ত অংকুৰ শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ নামভৰ্তি চলি আছে

২০২৩-২৪ শিক্ষাবৰ্ষৰ বাবে কুঁহি (ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল)ত অংকুৰ শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ নামভৰ্তি চলি আছে।ইচ্ছুক ব্যক্তিসকলে বিদ্যালয়ৰ কায্যলয়ৰ পৰা প্ৰ-পত্ৰ সংগ্ৰহ কৰি অহা মাৰ্চৰ পৰা  ৩১ মাৰ্চৰ ভিতৰত আবেদন কৰিব পাৰে। ইয়াৰ উপৰি বিদ্যালয়ৰ ৱেবছাইডৰ পৰা আবেদন কৰিব পাৰে ।

আমাৰ সুবিধাসমূহঃ

  • আধুনিক আৰু গুণগত পাঠ্যক্ৰমেৰে শিক্ষাদান।
  • অভিজ্ঞ শিক্ষকসকলৰ দ্বাৰা পাঠদান।
  • ভৱিষ্যতত IAS,IPS,ACS,DOCTOR,ENGINEER etc হোৱাৰ বাবে প্ৰাথমিক জ্ঞান প্ৰদান কৰা হ'ব।
  • বিভিন্ন ধৰতৰ প্ৰতিযোগীতামূলক পৰীক্ষাৰ বাবে প্ৰস্ততি 
  • বছেৰেকত দুবাৰকৈ সম্পূৰ্ণ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা।